দেশ

অথলে গ’ল বিৰাটৰ শতক, ইন্দোৰত পৰাস্ত হৈ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুৱালে ভাৰতে

যেতিয়ালৈকে কোহলি ক্ৰীজত থাকে তেতিয়ালৈকে আশা জীয়াই থাকে। তেওঁ এতিয়াও ৰাণৰ লক্ষ্য অনুসৰণত ‘চেজমাষ্টাৰ’। অৱশ্যে প্ৰতিখন মেচতে সেয়া সম্ভৱ নহয়।...

Read moreDetails

শীঘ্ৰেই ভাৰতত আৰম্ভ হ’ব চেমিকণ্ডাক্টৰৰ উৎপাদন : মোবাইলৰ পৰা কম্পিউটাৰলৈ সকলোতে ব্যৱহাৰ হ’ব দেশীয় প্ৰযুক্তি

ভাৰতীয় প্ৰযুক্তি জগতৰ বাবে এক অতি সুখবৰ আহি পৰিছে। অতি কম সময়ৰ ভিতৰতে ভাৰতত বাণিজ্যিক ভিত্তিত চেমিকণ্ডাক্টৰ বা চিপৰ উৎপাদন...

Read moreDetails

গোৱাত একে নামৰ দুই ৰুছ যুৱতীৰ ৰহস্যজনক মৃত্যু : হত্যাকাৰীও ৰাছিয়াৰে

গোৱাত সংঘটিত হৈছে এক অতি চাঞ্চল্য্যকৰ ঘটনা য’ত একেটা নামৰে দুগৰাকী ৰাছিয়ান যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভয়ংকৰ হত্যাকাণ্ডৰ...

Read moreDetails

হাৰিয়ানাত ভয়ংকৰ ঘটনা : লিফ্ট দিয়াৰ চলেৰে গাড়ীত উঠাই দলবদ্ধ ধৰ্ষণ যুৱতীক

হাৰিয়ানাৰ চনীপতত এক অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অফিচৰ কাম শেষ কৰি নিজৰ গাঁৱৰ ঘৰলৈ যাবলৈ বাহনৰ বাবে...

Read moreDetails

৪০ দিনৰ ভিতৰতে দোষীক শাস্তি : শিশু ধ*ৰ্ষ*ণ আৰু নৃশংসতাৰ বিৰুদ্ধে গুজৰাটত ঐতিহাসিক ৰায়দান

গুজৰাটৰ ৰাজকোট জিলাত সংঘটিত হোৱা এক অতি ভয়ংকৰ আৰু অমানৱীয় কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া মাত্ৰ ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি আদালতে...

Read moreDetails

‘লাডলী বেহেন’ আঁচনিৰ খৰচৰ জোৰা মাৰিবলৈ ঋণৰ জালত বিজেপি শাসিত মধ্যপ্ৰদেশ চৰকাৰ

২০২৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চৰকাৰে ‘লাডলী বেহেন যোজনা’ৰ অধীনত মধ্যপ্ৰদেশৰ ১.২৯ কোটি মহিলাৰ একাউণ্টলৈ প্ৰায় ১২ কোটি...

Read moreDetails

প্ৰতিবাদ আৰু গোলাবৰ্ষণৰ মাজত ইৰাণত আবদ্ধ ভাৰতীয়ৰ ভয়ংকৰ অভিজ্ঞতা

ইৰাণত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মাজৰ পৰা অৱশেষত দেশলৈ উভতি আহিছে প্ৰথমটো ভাৰতীয়ৰ দল। নিজ দেশৰ মাটিত ভৰি থৈয়েই তেওঁলোকে...

Read moreDetails

অকপট হাগ্ৰামা! প্ৰধানমন্ত্ৰী মোডীক বড়ো চুক্তিৰ বাকী থকা প্ৰতিশ্ৰুতিসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণৰ আহ্বান

বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে (১৭ জানুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০০৩ চনৰ বড়ো চুক্তি আৰু ২০২০ চনৰ বড়ো...

Read moreDetails

যৌতুকৰ বলি? পুৱাই দুৱাৰ খুলি পিতৃয়ে দেখিলে দুৱাৰমুখত পৰি থকা নৱবিবাহিতা কন্যাৰ মৃতদেহ!

তেতিয়া ফেঁহুজালি দিছিলহে। পুৱাই ঘৰৰ মূল দুৱাৰখন খোলাৰ লগে লগে সকলোৱে থতমত খালে। ঘৰৰ নৱবিবাহিতা ছোৱালীজনীৰ মৃতদেহটো দুৱাৰমুখতে পৰি আছিল!...

Read moreDetails

নগা বিদ্ৰোহী নেত্ৰী আলেমলা জামিৰক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ জ্যেষ্ঠ নেত্ৰী তথা স্বঘোষিত কেবিনেট মন্ত্ৰী আলেমলা জামিৰক দীৰ্ঘদিন কাৰাবাসৰ অন্তত উচ্চতম...

Read moreDetails
Page 352 of 1880 1 … 351 352 353 … 1,880

Stay Connected

Recent News