দেশ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

ভাৰতীয় নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰ দাবী জনাই মুম্বাইৰ ঐতিহাসিক শিৱাজী পাৰ্কত ‘ককৰোচ...

Read moreDetails

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দেশৰ ৰাজধানী দিল্লীৰ ঐতিহাসিক যন্তৰ মন্তৰ অঞ্চলত আজি এক অভূতপূৰ্ব উত্তপ্ত তথা যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। ডিৱাইএফআইৰ কেন্দ্ৰীয় কমিটিৰ...

Read moreDetails

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দেশৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত চলি থকা ছাত্ৰ সংসদ নিৰ্বাচনৰ বতাহে ৰাজনৈতিক মহল গৰম কৰি তুলিছে। উত্তৰৰ পৰা দক্ষিণে...

Read moreDetails

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

মুম্বাইৰ মেৰিন ড্ৰাইভত প্লাকাৰ্ড হাতত লৈ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰচাৰ চলাই থকা অৱস্থাত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক নেতা অভিজিৎ দীপকেক থানালৈ...

Read moreDetails

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ভৱিষ্যতে এই প্ৰস্তাৱিত সংশোধনী ন্যায়িক পৰ্যালোচনাৰ...

Read moreDetails

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

দিল্লীৰ যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা উত্তেজনা সৃষ্টি হৈছে। বিৰোধী দল, ছাত্ৰ সংগঠন...

Read moreDetails

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

লাভলিনা বৰগোহাঁইয়ে ২৯ সংখ্যক জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ। আইচি-নাগোয়া এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাত বক্সিংত সোণৰ পদক...

Read moreDetails

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘চৰকাৰে ক্ষমতাত বৰ্তি থাকিব বিচাৰে। সেয়ে SIR।’ যেতিয়া সমগ্ৰ দেশ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তোলপাৰ, তেতিয়াই এনেদৰে...

Read moreDetails

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৭ৰ গ্ৰুপ ঘোষণা কৰা হৈছে। ভাৰত, পাকিস্তান আৰু অষ্ট্ৰেলিয়া একেটা গ্ৰুপতে আছে। অহা বছৰ দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে...

Read moreDetails

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ দীঘবীৰ সমুদ্ৰতীৰত গা ধুবলৈ যাওঁতে পানীত ডুবি মৃত্যু হয় ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থীৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, মৃতদেহকেইটা...

Read moreDetails
Page 47 of 1878 1 … 46 47 48 … 1,878

Stay Connected

Recent News