দেশ

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

দেওবাৰে মণিপুৰৰ কেইবাখনো জিলাত সংঘটিত হোৱা এলানি হিংসাত্মক ঘটনাত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে। এই...

Read moreDetails

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পৰিবহণ সেৱাৰ প্ৰতিবন্ধকতা আৰু বিৰোধী নেতাক আটক কৰি ৰখাৰ অভিযোগ এইবাৰ উচ্চতম ন্যায়ালয়ত উত্থাপিত...

Read moreDetails

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক দমন অভিযান চলে। এই ঘটনাক...

Read moreDetails

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হোৱাৰ অভিযোগ উত্থাপন কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী...

Read moreDetails

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

যৌন নিৰ্যাতনৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বা জে এন ইউয়ে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা বিশ্ববিদ্যালয়ৰ অধ্যাপক...

Read moreDetails

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

ষ্টাৰলিংকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই - আমেৰিকাৰ কোটিপতি ইলন মাস্কে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁৰ প্ৰশ্ন হ'ল- 'আম্বানী...

Read moreDetails

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত উপস্থিত হোৱাৰ লগে লগে চিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতা অভিজিত দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আটক কৰা হয়। ইয়াৰ...

Read moreDetails

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক কৰা হৈছে ইউটিউবাৰ ধ্ৰুৱ ৰাথীক। সূত্ৰ অনুসৰি তেওঁ ৰাজধানীত ককৰোচ জনতা পাৰ্টি বা চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত...

Read moreDetails

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

এসময়ত দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ বিৰোধী আইন অনুসৰি ছালৰ ৰঙৰ বাবে ন্যায়াধীশৰ কক্ষত প্ৰৱেশ তেওঁৰ বাবে নিষিদ্ধ আছিল। কিন্তু তামিল মূলৰ...

Read moreDetails

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

ভাৰতত চেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰাক লৈ বিতৰ্কৰ মাজতে পুনৰ সৰৱ হৈ পৰিছে ইলন মাস্ক। টেছলা আৰু স্পেচএক্সৰ চিইঅ’গৰাকীয়ে নিজৰ...

Read moreDetails
Page 8 of 1847 1 … 7 8 9 … 1,847

Stay Connected

Recent News