দেশ

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

ভাৰতীয় জনতা পাৰ্টিয়ে সোমবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত এখন নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি ঘোষণা কৰিছে। আগন্তুক কেইবাখনো ৰাজ্যৰ...

Read moreDetails

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে সোমবাৰে দলৰ নতুন ৰাষ্ট্ৰীয় টীম ঘোষণা কৰে। এই নতুন টীমত দলৰ সাংগঠনিক ব্যৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ...

Read moreDetails

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

কেৰালাৰ নাম সলনি কৰি 'কেৰালম' (Keralam) ৰখাৰ বিধেয়কত আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিৰ এই অনুমোদনৰ লগে লগেই...

Read moreDetails

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পুতৌলগা অৱস্থাৰ বুজ ল'বলৈ ৰাজস্থানলৈ যোৱাৰ কথা ঘোষণা কৰিছিল কক্ৰোচ জনতা পাৰ্টিৰ অন্যতম আহ্বায়ক আশুতোষ ৰাংকাই। কিন্তু...

Read moreDetails

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰি পুনৰ দললৈ পত্ৰ প্ৰেৰণ কৰিছে শ্বেহজাদ পুনাৱাল্লাই। সোমবাৰে দলৰ সভাপতি নীতিন নবীনলৈ প্ৰেৰণ কৰা...

Read moreDetails

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

শাওণ মাহৰ পৱিত্ৰ সোমবাৰে বিহাৰৰ লখিচৰাইৰ বিখ্যাত অশোকধাম মন্দিৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। শিৱৰ মূৰত পানী ঢালি পূজা কৰিবলৈ...

Read moreDetails

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

শাওণ মাহৰ অন্তিমটো সোমবাৰ। পশ্চিমবংগৰ বীৰভূমৰ তাৰাপীঠত তীৰ্থযাত্ৰীসকলৰ ভিৰ হৈছিল। মন্দিৰৰ পৰা নাতি দূৰত থকা এখন হোটেলত আশ্ৰয় লৈছিল কেইবাজনো...

Read moreDetails

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

হায়দৰাবাদ আইন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণ জনোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰ ঘটিছে একে ঘটনা। এইবাৰ ভাৰতৰ অন্যতম...

Read moreDetails

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

উচ্চ শিক্ষাৰ খেলিমেলি যেন শেষেই নহয়। NEET বিতৰ্কৰ পিছত এইবাৰ UGC NET জুনৰ পৰীক্ষাত চৰম বিশৃংখলতা! প্ৰশ্নকাকতত পোৱা একাধিক ভুল...

Read moreDetails

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত দলৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা...

Read moreDetails
Page 89 of 1879 1 … 88 89 90 … 1,879

Stay Connected

Recent News