হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো নিযুক্তি ঘোষণা, অসম আৰক্ষীত দিয়া হ’ব নিযুক্তি

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো নিযুক্তি ঘোষণা । অসম আৰক্ষীত দিয়া হ'ব নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী...

Read moreDetails

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মৃত্যুক সাৱটিলে মহিলাই, চৰকাৰৰ তদন্তৰ আশ্বাস, ক’ত?

দেশজুৰি কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী জোৰদাৰ ৰূপত চলি থকাৰ মাজতে ভেকচিন গ্ৰহণৰ পিছতে এগৰাকী মহিলাৰ মৃত্যু ঘটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ...

Read moreDetails

চমকলগা আঁচনি আৰু প্ৰদৰ্শনকামিতাৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে গুণগত শিক্ষা প্ৰদানত গুৰুত্ব দিয়ক – ঋতুপৰ্ণ কোঁৱৰ

যোৱাকেইদিন মানত প্ৰকাশ পোৱা NITI আয়োগৰ ২০২০-২১ বৰ্ষৰ(SDG India) বহনক্ষম উন্নয়নৰ তালিকাত গুণগত শিক্ষা প্ৰাপ্তিৰ ক্ষেত্রত সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ শিক্ষাখণ্ডৰ...

Read moreDetails

সাৱধান: বিলাসী গাড়ীত হাতত মাৰণাস্ত্ৰ লৈ ঘূৰিছে ছাগলী চোৰৰ দল! ক’ত?

এইবাৰ ছাগলী চোৰৰ হাতত অবৈধ মাৰণাস্ত্ৰ! বিলাসী গাড়ী, হাতত পিষ্টল লৈ দিন দুপৰতে হাজোত পিয়াপি দি ফুৰিছে ছাগলী চোৰৰ দলে।...

Read moreDetails

গোৱালপাৰা জিলাত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস,ধান-চাউল খাই তহিলং

গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । যোৱা নিশা ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত কাহিবাৰীত প্ৰায় ৩০-৩৫ জনীয়া বৃহৎ বন্যহস্তীৰ জাকে...

Read moreDetails

টীয়কৰ অতি গুৰুত্বপূৰ্ণ চিকিৎসালয় পথৰ বিধস্ত ৰূপ,ৰাইজৰ ক্ষোভ

যোৰহাট জিলাৰ টীয়কৰ অন্যতম গুৰুত্বপূৰ্ণ পথ চিকিৎসালয় পথত এজাক বৰষুণতে পথৰ ওপৰত পানী জমা হৈ পথাচাৰীক জ্বলাকলা খুৱাইছে। লোকনিৰ্মাণ বিভাগে...

Read moreDetails

বিশ্বনাথৰ বৰপথাৰত দিৰিং নদীৰ বানৰ কবলত শতাধিক বাসগৃহ

বিশ্বনাথৰ বৰপথাৰত বানে সংহাৰী ৰূপ কৰিছে। ‌ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰিলে বিশ্বনাথৰ বৰপথাৰ আৰু মাজুলীগড় পথ। পানীৰ তলত ডুব...

Read moreDetails

ৰামদেৱে উপহাৰ হিচাবে আগবঢ়োৱা ক’ৰ’নিলৰ বিতৰণ বন্ধ কৰিলে নেপালৰ চৰকাৰে

ক'ৰ'নাৰ মহৌষধ হিচাবে বাবা ৰামদেৱে দাবী কৰি অহা ক'ৰ'নিল নামৰ দৰৱ বিধৰ বিতৰণ বন্ধ কৰি দিছে নেপালৰ আয়ুৰ্বেদিক আৰু বিকল্প...

Read moreDetails

চাপৰ আৰক্ষীৰ অভিযানত অবৈধ নিচাজাতীয় টেবলেট,কফ চিৰাপ জব্দ ,দুজনক গ্ৰেপ্তাৰ

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ বেপাৰীপট্টিৰ ওচৰৰ এঠাইত এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে যোৱা নিশা এক অভিযান...

Read moreDetails

এল আই চিৰ বঙাইগাঁও সংমণ্ডল আৰু এণ্টৰ তৰফৰ পৰা চিৰাং জিলা প্ৰশাসনক জীৱন সুৰক্ষাদায়ক সামগ্ৰী প্ৰদান

চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত এল আই চি (ভাৰতীয় জীৱন বীমা নিগম)ৰ বঙাইগাঁও সংমণ্ডল আৰু কুকুৰমাৰীত...

Read moreDetails
Page 2146 of 5998 1 … 2,145 2,146 2,147 … 5,998

Stay Connected

Recent News