জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জামছেদপুৰ এফ...
Read moreDetailsনাগৰিকত্ব বিধেকৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি আন বিজেপি নেতাৰ বিশ্ববিদ্যালয়...
Read moreDetailsজাতিৰ জনক চাওল্যুং চ্যুকাফাৰ সমাধি ক্ষেত্ৰত আজি আহোম ৰয়েল ছ'চাইটি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস (অসম দিৱস ) পালন...
Read moreDetailsঅসম গণ পৰিষদে তেওঁলোকৰ ফে'চবুক পেইজত দিয়া এটা প'ষ্টক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংবাদিক সংগঠন 'যুৱ সাংবাদিক সন্থা, অসমে'।...
Read moreDetailsঅমিত শ্বাহে সোমবাৰে ভাৰতৰ পৰা প্ৰতিগৰাকী অনুপ্ৰৱেশকাৰীক “বহিষ্কাৰ”ৰ সময়সীমা ঘোষণা কৰিছে। লগতে পঢ়ক-- কাণত মদ ঢালক আৰু মগজ বচাওক: কৰ্নেল...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইদল (IDOL)ৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে সদৌ অসম...
Read moreDetailsতিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ মাৰ্ঘেৰিটাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত জয়ৰামপুৰস্থিত বিট অফিচৰ এটি বন কৰ্মীৰ দলে গোপন...
Read moreDetailsমোদীয়ে জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেক আপ্যায়নৰ বাবে গুৱাহাটী আৰু ইম্ফালক বাচি লোৱাৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ বাবে অধিক জাপানী বিনিয়োগ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কাৰ্য্যসূচী অব্যাহত ৰাখিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। অসম তথা অসমীয়াৰ স্বাৰ্থ বিপন্ন কৰিব পৰা বিধেয়কখন...
Read moreDetailsমাজুলী আৰু উত্তৰ লখিমপুৰৰ মাজেৰে বৈ যোৱা সোৱণশিৰি নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবীত দেওবাৰে লখিমপুৰৰ খাবলু ঘাটত এক বিশাল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd