অভিনেতা চাহিদ কাপুৰ অভিনীত সদ্যমুক্তি প্ৰাপ্ত ‘কবিৰ সিং’ চলচ্চিত্ৰখনে সমগ্ৰ দেশৰ লগতে অসমৰ ছবিগৃহতো দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ...
Read moreDetailsৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা।...
Read moreDetailsখাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক তৰুণ দাস আৰু বিষয়া চম্পক পাঠকৰ নেতৃত্বত যোৱা এটা পাঁচজনীয়া দলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত...
Read moreDetailsমাত্র কিছুদিন পূর্বে যান-বাহন চলাচলৰ বাবে তিনি মাহৰ মেৰামতিৰ অন্তত মুকলি কৰি দিয়া হৈছিল পুৰণি শৰাইঘাটৰ দলংখন। আকৌ চাগে Service Break দিব...
Read moreDetailsৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) তালিকাৰ পৰা ১ লাখ লোক বাদ পৰা অতিৰিক্ত তালিকা প্ৰকাশ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে...
Read moreDetailsঅসমৰ ৰাজ্যিক জন্তু গঁড় হত্যা ৰোধৰ বাবে উন্নতমানৰ প্ৰশিক্ষণৰ অন্তত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত গঁড় সুৰক্ষা বাহিনীৰ বিশেষ জোৱানৰ ঘাতক দল...
Read moreDetailsদু:সাহসিক ক্ৰীড়াৰ প্ৰতি নিচা থকা আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে এটা ভাল খৱৰ। অহা শনিবাৰেই আপুনি ল’ব পাৰিব এই শিহৰণকাৰী...
Read moreDetailsছয়বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমৰ শক্তিশালী পাঞ্চৰ পৰা হাত সাৰিবলৈ মহিলাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ নহয় বুলি দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন...
Read moreDetailsবিগত কিছু দিন ধৰি অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত কালৰূপ ধাৰণ কৰিছে বানে। সংহাৰী ৰূপ...
Read moreDetails‘’সিহঁতৰ ভুল হৈছিল, শাস্তিও পালে। ফেইচবুকৰ দৰে ছ’চিয়েল মিডিয়াৰ ভালদৰে ব্যৱহাৰ কৰিব লাগে। সিহঁত সৰু ল’ৰা,মোৰ ভাইৰ দৰে। সেয়ে,ক্ষমা কৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd