অসম আৰক্ষীৰ বিশেষ হেল্পলাইন এপ ‘যাত্ৰী মিত্ৰ’-ইনষ্টল কৰিলেনে?

মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অসম আৰক্ষীৰ হেল্পলাইন এপ এটা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ‘হাইৱে হেল্পলাইন-যাত্ৰী...

Read moreDetails

সম্ভ্ৰান্ত মিলান ফেশ্বন শ্ব’ত খোজ অসমৰ কংকণ ৰাভাৰ

বিশ্বপ্ৰসিদ্ধ মিলান ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিছে অসমৰ যুৱক কংকণ ৰাভাই। ১৯ বছৰীয়া কংকণ গুৱাহাটীৰ আইকন একাদেমিৰ ছাত্ৰ। যোৱা ১৪ৰ...

Read moreDetails

উখল-মাখল নীলাচল, কামাখ্যাত সাধু-সন্ন্যাসীৰ ঢল llVideo

শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলাৰ বাবে প্ৰশাসন আৰু দেৱালয় কৰ্তৃপক্ষই যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া মেলাৰ...

Read moreDetails

কামাখ্যাত মুণ্ডহীন নাৰীদেহ উদ্ধাৰ অম্বুবাচীৰ মহা আয়োজনৰ মাজতে

অম্বুবাচী মেলাৰ মহা আয়োজনৰ মাজতে বুধবাৰে সন্ধিয়া প্ৰায় সাত বজাত কামাখ্যা মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ছিন্নমস্তা দেহ। কামাখ্যা...

Read moreDetails

লেখাপানীত লালিগুড়সহ বলেৰ’ পিকআপ জব্দ; দুজনক আটক

ৰাজ্যখনত বিষাক্ত চুলাই মদ সেৱন কৰি শ শ লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰশাসনে চুলাই প্ৰস্তত কৰা লালিগুড়ৰ বিৰুদ্ধে কঠোৰ স্থিতি...

Read moreDetails

অসমৰ ২ বনৰীয়া হাতীক “ঘৰচীয়া” মৰ্য্যাদা বন বিভাগৰ

অসমৰ বন বিভাগে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ উলংঘা কৰিছে, আৰু বনৰ পৰা ধৰি অনা দুটা অপ্ৰাপ্তবয়স্ক হাতীক বেসময়ত (out-of-turn) প্ৰদান...

Read moreDetails

২১ জুনত সৰুসজাইত কেন্দ্ৰীয়ভাৱে যোগ দিৱসৰ আয়োজন

অহা ২১ জুনত দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয়ভাৱে যোগ দিৱসৰ আয়োজন কৰা হ'ব। কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত...

Read moreDetails

মহা অম্বুবাচী মেলা: যাব কিদৰে, বাধা-নিষেধ ক’ত? প্ৰশাসনৰ প্ৰস্তুতি ||সবিশেষ

কামাখ্যাৰ মহা অম্বুবাচী মেলাক লৈ ব্যাপক প্ৰস্তুতিৰে সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। বুধবাৰে উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেলযোগে প্ৰশাসন-আৰক্ষীয়ে প্ৰস্তুতি সম্পৰ্কে...

Read moreDetails

ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু

বনৰীয়া হাতীৰ আক্ৰমণত ডিগবৈত আজি দুগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈ আৰু...

Read moreDetails

বি বৰুৱা মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অসম আৰক্ষীৰ

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত সজাগতা বৃদ্ধিৰ এক প্ৰচেষ্টা চলাই অসম আৰক্ষী আৰু অপৰাধ তদন্ত শাখাই। সেই উদ্দেশ্যে মহানগৰীৰ আগশাৰী...

Read moreDetails
Page 4299 of 5972 1 4,298 4,299 4,300 5,972

Stay Connected

Recent News