আছুৰ পৰা পদত্যাগ অগপৰ কলিয়াবৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী মণি মাধৱ মহন্তৰ

সকলো পৰিকল্পনা মতেই আগবাঢ়িছে। লোকসভা নিৰ্বাচনক লক্ষ্য কৰি অগপ-বিজেপিৰ মিত্ৰতাৰ সকলো পৰিকল্পনা ক্ৰমে উন্মোচিত হ’বলৈ ধৰিছে। মিত্ৰতাৰ পূৰ্বৰে পৰা চৰ্চিত...

Read moreDetails

বনাঞ্চলৰ মাটি বেদখলক লৈ জাগুনত উত্তপ্ত পৰিস্থিতি

ডিগবৈ বন সংমণ্ডল অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বনাঞ্চলখনৰ প্ৰায়...

Read moreDetails

গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰি: ৰাজ্যপালক চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাজ্যত পঞ্চায়ত ও গ্ৰামোন্নয়ন আৰু তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগৰ পাছতো কেৱল আমোলা পৰ্যায়তে তদন্ত ঘোষণা...

Read moreDetails

কাজিৰঙাত ১২ সংখ্যক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আৱাসিক কৰ্মশালা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজিৰ পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে ১২ সংখ্যক নেচাৰ্চ অৰিয়েন্টেশ্যন ইনিচিয়েটিভ শীৰ্ষক এক আৱাসিক কৰ্মশালা।...

Read moreDetails

অগপ ত্যাগ : এন পি পিত যোগদান প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱা, অভিনেতা ব্ৰজেন বৰাৰ

অগপ-বিজেপিৰ মিত্ৰতাৰ পাছতেই আঞ্চলিক দলটোৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি। দলৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পোষকতা কৰা বিজেপিৰ সৈতে পুনৰ...

Read moreDetails

পুনৰ মিলন পৰ্ব; কাইলৈ বিজেপি কাৰ্যালয়ত চাহ খাবলৈ যাব অগপ নেতৃত্ব

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ মিত্ৰতালৈ অহাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব একেলগে...

Read moreDetails

ক্ষমতাৰ মোহ নে ৰাজনীতিৰ নিচা : কঁকাল দাঙিব নোৱাৰিলেও নিৰ্বাচনী ৰণলৈ মন বিজয়াৰ

লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বৰ্ষীয়ান ৰাজনৈতিক নেত্ৰী বিজয়া চক্ৰৱৰ্তী। বয়সে চাৰি কুৰিৰ দেওনা গৰকিলেও বা অন্যৰ সহায় নোলোৱাকৈ চলা-ফুৰা...

Read moreDetails

কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব সাংসদ কলিতা!

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ গুৱাহাটী লোকসভা সমষ্টিৰ  আসনখনৰ পৰা নিজ দলৰ...

Read moreDetails

লোকসভা নিৰ্বাচন : কোকৰাঝাৰ আৰু লখিমপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব চি পি আই (এম)এ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব থিয় কৰোৱাৰ সময়তে চি পি আই (এম) দলেও...

Read moreDetails

মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে, মোক আঁতৰাই দলৰ একাংশ নেতা নিষ্কন্টক হ’ব বিচাৰিছে : মহন্ত

‘’বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ সিদ্ধান্ত নাছিল। এনে সিদ্ধান্ত কাৰ্য নিৰ্বাহকে লোৱা নাছিল। এয়া সাধাৰণ পৰিষদৰো সিদ্ধান্ত নহয়। কিয়নো এনে গুৰুত্বপূৰ্ণ...

Read moreDetails
Page 4546 of 5969 1 4,545 4,546 4,547 5,969

Stay Connected

Recent News