১৮ নৱেম্বৰ অৰ্থাৎ দেওবাৰে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান 'ৰেচকিউ' আৰু ৰাসলীলা মহোৎসৱ আৰু শংকৰী সংস্কৃতিক কলাকৃষ্টি সমাজৰ উদ্যোগত ৰাসলীলা উপলক্ষে...
Read moreDetailsযুটীয়া সংসদীয় সমিতিত বিজেপি সদস্যৰ বাহিৰে বাকী একাংশই নাগৰিকত্ব বিধেয়কৰ পৰা ‘বাংলাদেশ’ক বাদ দিয়াৰ ‘প্ৰস্তাৱ’ক লৈ চলা চৰ্চাৰ মাজতে এই...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৰাজনৈতিক দলৰ ক্ষুব্ধ কৰ্মীৰ তাণ্ডৱ ৰূপ। বিশেষকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু...
Read moreDetailsশিৱসাগৰ জিলা জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূদ্ৰসাগৰ গাঁৱৰ ঐতিহাসিক পুৰণি পুখুৰীৰ সৰ্মীপত এ টি ৰোডত আজি সন্ধ্যা সংঘটিত হোৱা এক...
Read moreDetailsআসন্ন পঞ্চায়ত নিৰ্বাচনত অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবই গঁড় ‘হত্যাকাৰী’ গণেশ দলেই। স্থিতি ‘স্পষ্ট’ কৰি দেওবাৰে নৰ্থ ইষ্ট নাও-ক এই কথা...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সন্মিলিত গণশক্তি নামৰ এটা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি সৰহভাগ পদ এৰি দিয়াক লৈ ক্ষুব্ধ পৰিছে জোনাইৰ...
Read moreDetailsবিগত কিছুবছৰত অসমত হিংসাত্মক ঘটনা কিছু বৃদ্ধি পাবলৈ ধৰিছে। তেনে এক ঘটনা হ'ল ২০১৩ চনত ডিফু চহৰত সংঘটিত ঝংকাৰ শইকীয়াৰ...
Read moreDetailsগোড়া হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদে এইবাৰ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। “ধৈৰ্য্যৰ সীমা চেৰাই গৈছে,...
Read moreDetailsবি টি এ দিৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োসকলৰ সংগ্ৰামৰ লগতে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ...
Read moreDetailsঅৱশেষত পৰেশ বৰুৱাই নিজেই নিশ্চিত কৰিলে মুন্না বৰুৱা আলফা(স্বাঃ)লৈ যোৱাৰ কথা। বৰুৱাই আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগক ফোনযোগে এই কথা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd