বালিপৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  পঞ্চবিংশতিতম কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহখনি আজিৰে পৰা ৬ নৱেম্বৰৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বালিপৰাত সংঘৰ তেজপুৰ জিলা  শাখাৰ ব্যৱস্থাপনাত...

Read moreDetails

অৱনী বৰঠাকুৰৰ আত্মজীৱনী অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা উন্মোচন

আজি অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ প্ৰেক্ষাগৃহত প্ৰবীণ কমিউনিষ্ট নেতা তথা লেখক অৱনী বৰঠাকুৰৰ আত্মজীৱনী “অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্টকৰ্মীৰ স্মৃতিকথা” উন্মোচন কৰা...

Read moreDetails

শিৱসাগৰ বৰ্ডিং খেলপথাৰত আজিৰ পৰা আৰম্ভ পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ

শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান 'খোজ'ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত চহৰখনৰ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত...

Read moreDetails

সৰ্বানন্দ সোণোৱাল ‘জাতীয় নায়ক’ নহয়, ‘জাতীয় আপদ’তহে পৰিণত হৈছে : কংগ্ৰেছৰ কটাক্ষ

‘অসমৰ ‘জাতীয় নায়ক’ আখ্যা লাভ কৰা সৰ্বানন্দ সোণোৱাল ৰাইজৰ বিপুল সমৰ্থনত মুখ্য মন্ত্ৰী আসনত অধিষ্ঠিত হ’ল যদিও তেওঁ নিজৰ কৰ্মকাণ্ডৰ...

Read moreDetails

কাচাৰত গণপ্ৰহাৰত দুই সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্যৰ মৃত্যু

সদৌ অসম বাঙালী যুৱ ছা্ত্ৰ ফেডাৰেশ্বনে আজি দিয়া অসম বন্ধৰ মাজতে কাচাৰ জিলাৰ হৰিনগৰত দুগৰাকী সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্য স্থানীয়...

Read moreDetails

নাগ্ৰীজুলিত আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে ৰাজপথত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ

ধলা-শদিয়াৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে আজি পুৱাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰ মহকুমাৰ সাধাৰণ...

Read moreDetails

লংকাৰ এগৰাকী মূলাগাভৰু! উচিত প্ৰত্যুত্তৰে ঘূৰাই পঠালে দোকান বন্ধ কৰাবলৈ অহা বন্ধৰ সমৰ্থকক

আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ অসম বন্ধৰ সময়ত দোকান বন্ধ কৰাবলৈ চেষ্টা কৰা বন্ধৰ সমৰ্থকৰ এটা দলক সঠিক...

Read moreDetails

চামগুৰিত বন্ধ সমৰ্থকৰ উদ্ভণ্ডালি : গুৰুতৰভাৱে আহত শিশু, মহিলা

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি, গটঙা, লাওখোৱা আদি অঞ্চলত বন্ধ সমৰ্থকে পালন কৰা চূড়ান্ত বিক্ষোভ কাৰ্যসূচীত এক উত্তেজনাময়...

Read moreDetails

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ঘৰৰ পৰাই আৰম্ভ হৈছিল চিণ্ডিকেটৰাজ : ৰূপম গোস্বামী

‘বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এইসময়ত চিণ্ডিকেটকৰ কথা কৈছে। আচলতে তেওঁৰ ঘৰৰ পৰাই চিণ্ডিকেটৰাজ আৰম্ভ হৈছে বুলি বিভিন্ন সময়ত সংবাদ মাধ্যমত...

Read moreDetails

শিলাদিত্যৰ বক্তব্যৰ বাবেই ঘটিছে ধলাৰ ঘটনা : অস্ত্ৰ পূজা কৰা সংগঠনকো তদন্তলৈ অনাৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে ইতিমধ্যে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰাৰ পাছত...

Read moreDetails
Page 4892 of 5961 1 4,891 4,892 4,893 5,961

Stay Connected

Recent News