উত্তৰ-পূব

উচ্চতম ন্যায়ালয়ৰ নথি পঞ্জীয়নত চিবিআইৰ বিষয়া নিয়োগ কৰিব বিচাৰিছে ৰঞ্জন গগৈয়ে

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ক উচ্চতম ন্যায়ালয়ৰ নথি পঞ্জীয়নত (ৰেজিষ্ট্ৰী) তেওঁলোকৰ বিষয়া নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে।...

Read moreDetails

বানপানীত আৰক্ষীৰ বিলৈ; ছোৱালী কলেজত পতা অস্থায়ী কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক গ্ৰেপ্তাৰ কৰিহে পালে স্বস্তি

অসমৰ ভয়াবহ বানপানীয়ে বিভিন্ন জিলাৰ লগতে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাকো জলমগ্ন কৰাৰ ফলত পানী উঠিছিল ধুবুৰী কাৰাগৰত। জিলা প্ৰশাসনে কয়দী...

Read moreDetails

ৰুষ্ট প্ৰকৃতিৰ কোপদৃষ্টি; পুৱতি নিশা ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

বানপানীয়ে জুৰুলা কৰা অসম তথা উত্তৰ-পূৱত এতিয়া ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছে। অসমকে ধৰি উত্তৰ-পূবক ২৪ ঘণ্টাৰ ভিতৰত চাৰিটা সৰু আৰু...

Read moreDetails

নতুন দিল্লীত নিৰ্মাণ হ’ব কাৰ্বি আৰু ডিমাচা ভৱন; গৃহমন্ত্ৰী অমিত শ্বাহে ২১ জুলাইত কৰিব আধাৰশিলা স্থাপন

  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২১ জুলাইত নতুন দিল্লীত নিৰ্মাণ হ’বলগীয়া কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ শিলন্যাস কৰিব। নতুন...

Read moreDetails

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ; মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ

ৰাজ্যখনৰ বানপানীৰ প্ৰলয়ৰ মাজতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা এশ অতিক্ৰম কৰিলে। শুকুৰবাৰে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা...

Read moreDetails

এন আৰ চিৰ বাবে অসমত আত্মহত্যা কৰা ৫৭ গৰাকী লোকৰ বেছিভাগে হিন্দু : লোকসভাত কংগ্ৰেছ সাংসদ শশী থাৰুৰ

কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে শুকুৰবাৰে লোকসভাত মানৱ অধিকাৰ(সংশোধনী)বিধেয়ক উত্থাপন কৰে। বিধেয়কখন উত্থাপনৰ পাছতে হোৱা চৰ্চাত থিৰুৱানন্তপুৰমৰ জেষ্ঠ কংগ্ৰেছ সাংসদ শশী...

Read moreDetails

মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ যৌথ সামৰিক অনুশীলন

ভাৰত আৰু চীনা সামৰিক বাহিনীৰ অষ্টম সংখ্যক যৌথ সামৰিক অনুশীলন অহা ডিচেম্বৰত মেঘালয়ত অনুষ্ঠিত হ’ব। দুয়োখন দেশৰ মাজৰ সামৰিক অনুশীলন...

Read moreDetails

এতিয়া ক’লকাতাৰ পৰা শ্বিলঙলৈ মাত্ৰ ৰিং এটাৰ বাট, শনিবাৰে ইণ্ডিগোই আৰম্ভ কৰিব ক’লকাতা-শ্বিলঙৰ দৈনিক উৰণ সেৱা

ভাৰতীয় ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ’ই শনিবাৰে শ্বিলঙৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰোই বিমানবন্দৰৰ পৰা ক’লকাতা বিমানবন্দৰলৈ যাত্ৰা আৰম্ভ...

Read moreDetails

বাক্সা জিলাৰ বৰবিলা গাঁৱত পাগলাদিয়াৰ গৰাখহনীয়াৰ কবলত ২৯ টা পৰিয়াল; গৃহহীন ১৬২ গৰাকী লোক

শাওন মহীয়া বানত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা গাঁওত গৃহহাৰা হৈছে...

Read moreDetails

লাওখোৱাত অগপৰ বান সাহায্য : অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱাৰ বান বিধস্ত অঞ্চলত শুকুৰবাৰে অসম গণ পৰিষদৰ উদ্যোগত চামগুৰি সমষ্টি সমিতিয়ে বান সাহায্য বিতৰণ কৰে। চামগুৰি...

Read moreDetails
Page 4311 of 6191 1 … 4,310 4,311 4,312 … 6,191

Stay Connected

Recent News