উত্তৰ-পূব

জি এম চিএইচৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল বুধবাৰে বিস্ফোৰণত আহত চাৰিজন লোক

বুধবাৰে গুৱহাটীৰ জুৰোডত সংঘটিত গ্ৰেনেড বিস্ফোৰণত ১১ জনকৈ লোক আহত হৈছিল। আহতসকলৰ ভিতৰত দুজন অৱস্থা গুৰুতৰ আছিল। ঘটনা সংঘটিত হোৱাৰ...

Read moreDetails

প্ৰাণময় ৰাজগুৰু আলোচনাৰত নে আলফা (স্বাধীন) পন্থী?

গুৱাহাটীত বুধবাৰৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে আটক কৰা প্ৰাণময় ৰাজগুৰু আলোচনাৰত আলফা নে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) পন্থী? গুৱাহাটীৰ আৰক্ষী...

Read moreDetails

দীপৰ বিলৰ স্বকীয়তা আৰু সৌন্দৰ্য অটুত ৰখা সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন চ’ছাইটিৰ পৰিচালনা সমিতিৰ এখন...

Read moreDetails

ৰাষ্ট্ৰীয় ঘাইপথ নে নৰকগামী বিপথ! চকা ঘুৰিলেই বাগৰে গাড়ী

অতি বিপদসংকুল  হৈ পৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈ - লিডু সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা ।   বিধ্বস্ত...

Read moreDetails

স্বাস্থ্য বিভাগৰ প্ৰশিক্ষণত ভৰিৰ তলুৱাৰ পৰা অন্তৰ্ধান পকী মজিয়া

দৰং জিলা পৰিয়াল কল্যাণ ব্যুৰ’ প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ এক প্ৰশিক্ষণ চলি থকা অৱস্থাতে হঠাতে ভৰি তলুৱাৰ পৰা পকী মজিয়া নোহোৱা...

Read moreDetails

গাহৰি-ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এটা পৰিয়াল!

যোৱা ১২ মে’ৰ দিনা বিশ্বনাথ জিলা শংকৰদেৱ সংঘৰ অফৰাখাট প্ৰাথমিকৰ এজন সদস্যক ‘গাহৰি ফাৰ্ম’ খোলাৰ অপৰাধত ছয়দুৱাৰ আঞ্চলিক শাখাৰ প্ৰাথমিকৰ...

Read moreDetails

অনলাইন যোগে মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহীৰ ফটো ক’পি আৰু পুনৰীক্ষণৰ সুবিধা ছেবাৰ

ছেবাই বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০১৯ বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ পাছত পৰীক্ষাত নিজৰ ফলাফলক লৈ সন্তুষ্ট নহোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে...

Read moreDetails

ঢোলপাহাৰত উদ্ধাৰ হোৱা বন্যহস্তীটোৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজনক কৰায়ত্ব

চামগুৰিৰ নিকটৱৰ্ত্তী তথা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোলপাহাৰ দাঁতিত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হোৱা মৃত বন্যহস্তীটোৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে। নগাঁৱৰ পৰা আহি...

Read moreDetails

২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ-পূবক কোবাই যাব এক ক্ৰান্তীয় ঘূৰ্ণী বতাহে

আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বিশেষকৈ অসম আৰু মেঘালয়ক শক্তিশালী ক্ৰান্তীয় ঘূৰ্ণীবতাহে বতাহে কোবাই যোৱাৰ সম্ভাৱনা আছে। www.skymetweather.com নামৰ...

Read moreDetails

আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক হৈছে আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী...

Read moreDetails
Page 4464 of 6191 1 … 4,463 4,464 4,465 … 6,191

Stay Connected

Recent News