উত্তৰ-পূব

অসম সাহিত্য সভাৰ আহ্বানলৈ সঁহাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ; অসমীয়াত হ’ব স্নাতক পাঠ্যক্ৰম

স্নাতক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক অসমীয়া মাধ্যমত পাঠদান কৰোৱা আৰু পাঠ্যপুথি যোগান ধৰাৰ অসম সাহিত্য সভাৰ দাবীৰ প্ৰতি সন্মান জনাই ভাষা সম্পৰ্কীয়...

Read moreDetails

কলিয়াবৰত ৰে’লৱে ট্ৰেকত মৃতদেহ উদ্ধাৰ; দুৰ্বৃত্তৰ দ্বাৰা হত্যাৰ সন্দেহ

কলিয়াবৰৰ সোণাৰী গাঁৱৰ ৰে'লৱে ট্ৰেকত আজি পুৱাই প্ৰবীণ বৰদলৈ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ...

Read moreDetails

হিন্দু বাংলাদেশীক আনিলে এনআৰচিখন ব্ৰহ্মপুত্রত দলিয়াই দিয়াৰ পৰামৰ্শ তৰুণ গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ অপ্ৰাণ চেষ্টা কৰা বিজেপি চৰকাৰৰ দিনত এন আৰ চিখনৰ গুৰুত্ব নাই। সেয়েহে...

Read moreDetails

গুৱাহাটী মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ নাটনি

গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে। বিশেষকৈ মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত মহানগৰীত খোৱাপানীৰ যথেষ্ট হাহাকাৰ...

Read moreDetails

নিৰ্বাচন সমাগত : মাজুলীত একাধিক আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত নিত্য নতুন আঁচনিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ তৎপৰ...

Read moreDetails

কাইলৈ নৰ্থ-ইষ্ট য়ুনাইটেড ছেমিৰ প্ৰথম লেগত বেংগালুৰু এফ চিৰ বিৰুদ্ধে; টিকটত ১০০ টকা ৰেহাই

আই এছ এলত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে প্ৰথম লেগৰ খেলত শক্তিশালী আৰু শীৰ্ষস্থানৰ দল বেংগালুৰু এফ...

Read moreDetails

ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান জিনিলে ৰীমা দাসে

আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কৃতিত্বৰ স্বাক্ষৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ পৰিচালক ৰিমা দাসে। শেহতীয়া ছবি বুলবুল কেন ছিং’ৰ...

Read moreDetails

জাৰ্চি গৰুৰে অসমৰ ৰাজনীতিত সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ইতিহাস, লালু প্ৰসাদৰ পাছতেই ভট্টাচাৰ্য্যৰ স্থান

অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এতিয়াও দিচপুৰৰ মন্ত্ৰী আবাস গৃহলৈ নিজৰ ঠিকনা সলনি কৰা নাই...

Read moreDetails

ফফংগাত পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী, এজনৰ অৱস্থা সংকটজনক

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবলাৰ ফফংগাত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন বাইক...

Read moreDetails

গুহা মন্দিৰত ভক্তৰ ভিৰ : শিৱৰাত্ৰিৰ চাৰিদিনৰ ভিতৰত গ’লে সিদ্ধি হয় মনোকামনা

মহা শিৱৰাত্ৰি সামৰণি পৰাৰ তিনিদিন পাছতো চামগুৰিৰ ন’নৈ চাহ বাগিচাৰ এটা বিশেষ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে। প্ৰবাদ...

Read moreDetails
Page 4655 of 6191 1 … 4,654 4,655 4,656 … 6,191

Stay Connected

Recent News