ক্ৰীড়া

ৰয়েল চেলেঞ্জাৰ্ছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন! স্তব্ধ হ’ল ধোনীৰ ধুন; প্লে অফ্‌ নিশ্চিত কৰিলে কোহলীবাহিনীয়ে

১৮ মে’ত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে আই পি এলৰ প্লে অফত প্ৰৱেশ কৰে একেৰাহে ৬খন মেচত...

Read moreDetails

ইউৰোৰ বাবে ফ্ৰান্সৰ দলত নতুন চমক; দুবছৰৰ পাছত প্ৰত্যাৱৰ্তন কান্টেৰ

ইউৰো ২০২৪ৰ বাবে ফ্ৰান্সে ঘোষণা কৰিলে ২৬ জনীয়া দল। ২ বছৰৰ পাছত ফ্ৰান্সৰ দললৈ ঘূৰি আহিছে এংগোলা কান্টে। ২০২২ চনৰ...

Read moreDetails

IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

ইণ্ডিয়ান প্ৰমিয়াৰ লীগত এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ বাবে বহু আগতেই বাজিছিল বিদায় ঘণ্টা। ৰান ৰেটৰ পাহাৰৰ অতিক্ৰমি ওপৰত উঠাৰ কোনো আশা...

Read moreDetails

বৰষুণৰ বাবে বাতিল হায়দৰাবাদ-গুজৰাটৰ মেচ; প্লে-অফ্‌ত কামিন্সৰ ছানৰাইজাৰ্ছ

বৰষুণৰ বাবে বাতিল হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছৰ বহুপ্ৰত্যাশিত মেচ। আনকি বৃহস্পতিবাৰে হায়দৰাবাদত অবিৰত বৰষুণৰ বাবে টছো সম্ভৱ নহ’ল।...

Read moreDetails

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰি অৱসৰৰ কথা...

Read moreDetails

ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

অধিনায়ক ছেম কুৰানৰ দুৰ্দান্ত অৰ্ধশতকৰ ওপৰত নিৰ্ভৰ কৰি পঞ্জাৱ কিংছে ৰাজস্থানৰ হাতৰ পৰা জয় কাঢ়ি লৈ ​​গ’ল। প্লে অফ নিশ্চিত...

Read moreDetails

ভুল স্বীকাৰ কৰিলে সঞ্জীৱ গোৱেংকাই! কে এল ৰাহুলৰ অভিমান ভাঙিবলৈ আয়োজন বিশেষ ভোজ-ভাত

কিছুদিন পূৰ্বে আই পি এলত হায়দৰাবাদৰ ওচৰত পৰাজয় বৰণ কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। যাৰ বাবে ক্ষোভিত হৈ দলটোৰ স্বতাধিকাৰী সঞ্জীৱ...

Read moreDetails

আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ

হায়দৰাবাদৰ মেচখনৰ পাছত কে এল ৰাহুলক সঞ্জীৱ গোৱেংকাই কৰা তিৰস্কাৰক লৈ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই। বৰঞ্চ দেশৰ প্ৰাক্তন ক্ৰিকেটাৰৰ...

Read moreDetails

ঋষভ পণ্ট অবিহনে দিল্লীৰ পৰাজয়! একেৰাহে পঞ্চম জয় সন্নিবিষ্ট প্লেছিছবাহিনীৰ

ঋষভ পণ্টৰ অবিহনে দিল্লী কেপিটেলছৰ পৰাজয়। দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে দিল্লী কেপিটেলছ ৪৭ ৰানত পৰাস্ত হয়। প্ৰথমে বেটিং কৰি...

Read moreDetails

ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক এখন মেচৰ বাবে নিৰ্বাসিত কৰিলে বিচিচিআইয়ে! ৭ মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে লেহেমীয়া অভাৰৰেটৰ বাবে এই...

Read moreDetails
Page 103 of 471 1 … 102 103 104 … 471

Stay Connected

Recent News