আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ভেনিজুৱেলাৰ এজন যুৱকক আমেৰিকাৰ নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা যুৱককজনৰ নাম...
Read moreDetailsক্ৰেডিট ৰেটিং এজেন্সী কেয়াৰএজৰ শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন। আৰু তাতেই যথেষ্ট চাপত মোডী চৰকাৰৰ। কাৰণ, এই প্ৰতিবেদনে দেশৰ আৰ্থিক অৱস্থাৰ স্বৰূপ...
Read moreDetailsশেহতীয়াকৈ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) এক প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। সমগ্ৰ দেশতে বৰ্তমান কাৰ্যনিৰ্বাহ কৰা সাংসদ আৰু বিধায়কৰ...
Read moreDetailsইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাবে ক্ষমতাত বৰ্তি থকাটো অধিক কঠিন হৈ পৰিছে। এপিনে, তেওঁৰ নেতৃত্বত গঠিত কঠোৰ ইহুদীবাদী মিত্ৰজোঁটে নিৰ্বাচনত...
Read moreDetailsআমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত প্ৰথমজন মুছলমান চিনেটৰ হিচাপে ডেম’ক্ৰেট নেতা আব্দুল এল ছায়েদৰ ঐতিহাসিক বিজয়ে ভাৰতৰ কৰ্ণাটকৰ ভাটকল চহৰত উৎসৱমুখৰ পৰিৱেশৰ...
Read moreDetailsনতুন দিল্লীৰ ঐতিহাসিক যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন আৰু অত্যধিক বল প্ৰয়োগৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত অতি...
Read moreDetailsমাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ মাজভাগতে এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। মঙলবাৰে নিশা প্ৰকাশ পোৱা মধ্যৱৰ্তী নিৰ্বাচনৰ...
Read moreDetailsআমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিৰোধী শিবিৰ ডেমক্ৰেট দলে...
Read moreDetailsসৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সভানেত্ৰী নেহা বৰাৰ এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰি বিজেপিয়ে কংগ্ৰেছ আৰু ছাত্ৰ নেত্ৰীগৰাকীক 'হিন্দুবিৰোধী' বুলি তীব্ৰ আক্ৰমণ...
Read moreDetails'তদন্ত কৰিলে দুৰ্নীতি আৰু অনিয়মৰ কংকাল ওলাই পৰিব।' কোনো বিৰোধী দল বা নেতাৰ নহয়, লাভজনক চৰকাৰী বেংক আই ডি বি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd