শিৱসাগৰত আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আজি শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিস্থিত ৰংপুৰজ্যোতি ক্লাবত সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন (আমছু) শিৱসাগৰ জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ...

Read moreDetails

সম্প্ৰীতিৰ অসম। দামোদৰদেৱৰ তিথিত ছয়লাখ লাড়ু তৈয়াৰীত সহায় ছকুৰি মুছলমান পৰিয়ালৰ

“সাম্প্ৰদায়িক সম্প্ৰীতি” ৰক্ষাত কেইবাদশকজুৰি দেশে মূল্য ভৰি অহাৰ মাজতো সেউজ মৰুদ্যানৰ দৰে জিলিকি ৰোৱা উত্তৰ-পূবৰ অসমত আজিও সজীৱ হৈ ৰৈছে...

Read moreDetails

সতীৰ্থৰ গুলীত নিহত ভোলানাথ দাসৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

পশ্চিম বংগত সতীৰ্থৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ ৭ নম্বৰ বেটেলিয়নৰ উপ-পৰিদৰ্শক নগাঁৱৰ ভোলা নাথ দাসৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ সামৰিক মৰ্য্যাদাৰে...

Read moreDetails

ৰঙালী বিহুৰে বতৰ : বিহুৰ বতৰত কান্ধত ঢোল লৈ ঢুলীয়াৰ ৰূপত আৰক্ষী সঞ্চালক প্ৰধান

অসমীয়াৰ সংস্কৃতি বুলি ক’লেই প্ৰথমে মনলৈ আহে বাপতি সাহোন ৰঙালী বিহুটিৰ কথা। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ এই বিহুৰ বতৰত আটাইৰে মন...

Read moreDetails

‘ফেনি’ৰ আতংক গ’ল যদিও এতিয়াও উভতি নহা ৰাজ্যৰ তীৰ্থযাত্ৰীক লৈ চিন্তিত পৰিয়াল

উৰিষ্যাত বিধ্বংসী ‘ফেনি’ৰ সন্ত্ৰাস চলি থকাৰ মাজতে ৰাজ্যখনত ভ্ৰমণৰ বাবে গৈ আৱদ্ধ হৈ অসমৰ তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ...

Read moreDetails

সন্মুখত চূড়ান্ত এন আৰ চি: যিকোনো প্ৰত্যাহ্বান মোকাবিলাৰ বাবে সাজু অসম আৰক্ষী

‘এন আৰ চিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ প্ৰত্যাহ্বান আহিলেও সুচাৰুৰূপে পালন কৰিম। সম্পূৰ্ণ সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হৈছে।‘ উলুবাৰীস্থিত...

Read moreDetails

আৰক্ষীলৈ গুলী : ৰয়িঙত দুজন প্ৰাক্তন এন ডি এফ বি সদস্যসহ আঠজন ডকাইত গ্ৰেপ্তাৰ

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িঙত অৰুণাচল আৰক্ষীয়ে শনিবাৰে এন ডি এফ বিৰ দুজন প্ৰাক্তন সদস্যসহ...

Read moreDetails

বাংলাদেশৰ শীৰ্ষ মানৱাধিকাৰ কৰ্মীক মৃত্যুৰ ভাবুকি

মৃত্যুৰ ভাবুকি পোৱাৰ পিছত নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে বাংলাদেশৰ তিনিগৰাকী নামজ্বলা মৌলবাদবিৰোধী আৰু মানৱাধিকাৰ কৰ্মী। মৃত্যুৰ ভাবুকি লাভ কৰা...

Read moreDetails

এইবাৰ গুৱাহাটীৰ নামঘৰত চোৰৰ উপদ্ৰব; কেইবাহাজাৰ টকাসহ সোণৰ আ-অলংকাৰ লুট

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ হোৱা মাত্ৰ কেইটামান দিন পাৰ হোৱাৰ পিছতে কালি নিশা গুৱাহাটীৰ উজানবজাৰস্থিত বৰখেলীয়া নামঘৰত সংঘটিত...

Read moreDetails

চামগুৰিৰ ৰঙামাটিত ডকাইতি কাণ্ড : আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিলে ডকাইতি হোৱা এল্ট’

নগাঁও-কাৰ্বিআংলং সীমান্তত এতিয়া সঘনাই সংঘটিত হ'বলৈ ধৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। কিছুদিন পূৰ্বে চামগুৰিৰ কঠালগুৰিত হাতে হাতে মাৰাণাস্ত্ৰ লৈ দুৰ্বৃত্তৰ...

Read moreDetails
Page 4409 of 5971 1 4,408 4,409 4,410 5,971

Stay Connected

Recent News