উত্তৰ-পূব

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘অন্বেষা’ই প্ৰস্তুত কৰিব এলানি গ্ৰন্থ

ইউনিচেফৰ সহযোগত গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা 'অন্বেষা'ই অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে কৰ্মশালাৰ জৰিয়তে দহখন...

Read moreDetails

প্ৰফুল্ল কুমাৰ মহন্তৰ দুটা কাৰ্য্যকাল সন্ত্ৰাসবাদ প্ৰসাৰ-প্ৰচাৰ আৰু গুপ্তহত্যাৰহে ইতিহাস : মুমিনুল আৱাল

“প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ প্ৰথম কাৰ্য্যকালত সন্ত্ৰাসবাদী সংগঠনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কথা ইতিহাসত লিপিবদ্ধ থাকিব। দ্বিতীয় কাৰ্য্যকালটো গুপ্তহত্যাৰ কথা...

Read moreDetails

অগপৰ কেন্দ্ৰীয় মুখপাত্ৰ মনোজ বৰাসহ পাঁচ শতাধিক কৰ্মীৰ বিজেপিত যোগদান

  পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই মাজুলীত অগপৰ ভেটিত ভূমিকম্পৰ কঁপনি উঠিছে। আজি মাজুলীৰ গড়মুৰত অনুষ্ঠিত হোৱা বিজেপিৰ এখন কৰ্মীসভাত অগপৰ কেন্দ্ৰীয় মুখপাত্ৰ...

Read moreDetails

গণনাকাৰীৰ প্ৰশিক্ষণেৰে কাজিৰঙাত আজিৰ পৰা দল হৰিণৰ গণনা আৰম্ভ

গণনাকাৰীৰ প্ৰশিক্ষণেৰে আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা ৰেঞ্জৰ শতবৰ্ষ...

Read moreDetails

ব্যক্তিগত খণ্ডক লীজত দিয়া হ’ব গুৱাহাটীকে ধৰি দেশৰ ৬টা বিমানবন্দৰ

ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলগীয়া ভাৰতৰ ৬টা বিমান বন্দৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। এগৰাকী শীৰ্ষস্থানীয় বিষয়াৰ...

Read moreDetails

মাফিয়াৰ দ্বাৰা বনজ সম্পদ লুণ্ঠনৰ বিৰুদ্ধে লিডুত যুৱ ছাত্ৰ পৰিষদৰ ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ জাগুন, লেখাপানী, মাৰ্ঘেৰিটা আদিৰ লগতে ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহ কাঠ বালি শিলৰ চোৰাং বেহাৰ ভূ-স্বৰ্গ...

Read moreDetails

গুৱাহাটীৰ পাণ বাজাৰ বাছ আস্থানত উদ্বোধন হ’ব মহানগৰীৰ প্ৰথমটো দুগ্ধপান কক্ষ

কেঁচুৱা থকা মাতৃসকলৰ সুবিধাৰ্থে তথা বৰষুণৰ সময়ত মহিলাসকলৰ নিৰাপদ আশ্ৰয়ৰ বাবে গুৱাহাটীৰ পান বজাৰত উন্মোচন কৰা হ’ব দুগ্ধপান কক্ষ। অহাকালি...

Read moreDetails

আলোচনালৈ মাতি নাৰ্ছ সন্থাক অপমান স্বাস্থ্য মন্ত্ৰীৰ : উপস্থিত নাথাকিল কোনো শীৰ্ষ বিষয়া

সোমবাৰৰ পৰা অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰা সদৌ অসম নাৰ্ছ সন্থাক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি আনি প্ৰতাৰণা কৰা কাৰ্যত ক্ষুব্ধ হৈ...

Read moreDetails

কলিয়াবৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাত ৰাইজৰ পাৰ ভঙা উছাহ

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ৰাস উদযাপন কমিটি সমূহে শ্ৰীকৃষ্ণৰ ৰাসলীলা...

Read moreDetails

কলিয়াবৰত তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ চেষ্টা ‘ৰাজেন বৰুৱা’ নামৰ লম্পটৰ

নগাঁও জিলাৰ কলিয়াবৰত পুনৰ সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিগত কিছুদিনৰ পৰা জিলাখনত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাসমূহৰ প্ৰতিক্ৰিয়া...

Read moreDetails
Page 4929 of 6192 1 … 4,928 4,929 4,930 … 6,192

Stay Connected

Recent News