Popular Stories

দুটা সপ্তাহৰ ভিতৰত অসম কন্যা হিমা দাসৰ তৃতীয়টো সোণৰ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাস। শনিবাৰে অৰ্থাৎ ১৩ জুলাইত ডেছ ৰিপাব্লিকৰ ক্লাডন'...

Read moreDetails

শিৱসাগৰত বিজেপিত যোগ দিলে দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে

শিৱসাগৰ জিলাৰ বেতবাৰীত আজি দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বিজেপি দলত যোগদান কৰে। বেতবাৰী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গেলাবিল...

Read moreDetails

কিমান সুৰক্ষিত অসমৰ ৰাজধানী দিচপুৰ?

কিমানদূৰ সুৰক্ষিত অসমৰ ৰাজধানী দিচপুৰ? অসুৰক্ষিত দিচপুৰ থানাই কেনেদৰে ৰাইজক সুৰক্ষা দিব? ডিজিটেল প্ৰযুক্তিৰ লগত খোজ মিলাই অসম পুলিচে টুইটাৰ...

Read moreDetails

১৪৯ বছৰৰ পিছত হ’ব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰগ্ৰহণ; কোন কোন স্থানৰ পৰা দেখা পাব এই চন্দ্ৰ গ্ৰহণ?

এটা দুটা বছৰ নহয় ১৪৯ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে দেখা পোৱা যাব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ। এই দ্বিতীয়টো বৃহৎ...

Read moreDetails

দুচকীয়া বাহন চলোৱা সকলৰ বাবে দু-খবৰ; এতিয়াৰে পৰা মানিব লাগিব দুটা নতুন নিয়ম

চাৰিচকীয়া বাহনতকৈ দুচকীয়া বাহন ব্যৱহাৰকাৰীৰ সংখ্যা বেছি। কিন্তু এতিয়া দুচকীয়া বাহন চলোৱা সকলৰ বাবে আহিছে  এক দু-খবৰ। এতিয়াৰে পৰা দুচকীয়া...

Read moreDetails

পিক পেলাওঁতে সাৱধান হওক মহানগৰবাসী : আপুনি এতিয়া নিৰীক্ষণত আছে, ভৰিব লাগিব জৰিমনা

এতিয়াৰে পৰা মহানগৰীৰ ৰাস্তাৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত তামোল, গুটখা, পান খাই পিক পেলালে ভৰিব লাগিব জৰিমনা। উল্লেখযোগ্য যে মহানগৰীৰ...

Read moreDetails

১০ জুলাইত ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল

অহা ১০ জুলাইত অৰ্থাৎ বুধবাৰে পুৱা ১০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০১৯ বৰ্ষৰ স্নাতক কলা, স্নাতক বিজ্ঞান আৰু স্নাতক বানিজ্য...

Read moreDetails

সফলতাৰে সুমেৰু অভিযান সম্পূৰ্ণ কৰিলে অসমৰ ঋতুৰাজে; পৰিৱেশ মন্ত্ৰীৰ অভিনন্দন

উত্তৰ মেৰু বা সুমেৰুলৈ যোৱা এটা অভিযানকাৰী দলত অন্তৰ্ভুক্ত অসমৰ ঋতুৰাজ ফুকনক সফলতাৰে অভিযান সম্পূৰ্ণ কৰাৰ বাবে অসম চৰকাৰৰ বন...

Read moreDetails

পোলেণ্ডত অসম কন্যা হিমা দাসৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা হিমা দাস। ভাৰতৰ তাৰকা দৌৰবিদ অসম সন্তান হিমা দাসে পুনৰ পোলেণ্ডত দ্বিতীয়টো...

Read moreDetails

এতিয়াও পলাতক কলাইগাঁৱৰ ঘটনাৰ তান্ত্ৰিক ৰমেশ চহৰীয়া

অন্ধ বিশ্বাসৰ কবলত পৰি শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যাদৱ চন্দ্ৰ চহৰীয়া নামৰ বিজ্ঞান শিক্ষকজনৰ পৰিয়ালে সংঘটিত কৰা ঘটনাৰ ২৪ ঘন্টা...

Read moreDetails
Page 1504 of 1552 1 … 1,503 1,504 1,505 … 1,552

Stay Connected

Recent News