ক্ৰীড়া

ভাৰতলৈ ক্ৰিকেট দল প্ৰেৰণ নকৰে ইউনিছৰ বাংলাদেশে! বিচিবিয়ে জনাই দিলে আইচিচিক

বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ মুস্তাফিজুৰ ৰহমানক আইপিএলত কে কে আৰৰ পৰা বাদ দিয়াক কেন্দ্ৰ কৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ...

Read moreDetails

ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত সোণৰ পদকৰ লগতে ‘বেষ্ট ফাইটাৰ’ৰ খিতাপ জয় মৰাণৰ পিংকু লাহনৰ

দেশৰ ক্ৰীড়াক্ষেত্ৰত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থকাৰ মাজতে ৰাজ্যখনলৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ এজন প্ৰতিভাৱান ক্ৰীড়াবিদে। পশ্চিমবংগৰ ৰূপনাৰায়ণপুৰত...

Read moreDetails

বিচিচিআইৰ নিৰ্দেশত বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক অব্যাহতি কলকাতা নাইট ৰাইডাৰ্চৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড বা বিচিচিআইৰ এক বিশেষ নিৰ্দেশৰ পিছত ২০২৬ চনৰ আইপিএল ছিজনৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছ দলে বাংলাদেশৰ...

Read moreDetails

অভাৰ ৪, ৰান ৭, উইকেট ৮! টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ভূটানৰ বলাৰ সোণম য়েশ্বেই  

টি-২০ ক্ৰিকেটৰ ইতিহাসত এনেকুৱা এটা দিন আগতে কেতিয়াও অহা নাই। যিটো ভূটানৰ হাতলৈ আহিল। বাওঁহতীয়া স্পিনাৰ সোণম য়েশ্বেই আন্তঃৰাষ্ট্ৰীয় টি-২০ত...

Read moreDetails

ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব পালে বৈভৱে; ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ দলো ঘোষণা বিচিচিআইৰ

ক্ৰিকেট অনুৰাগীসকলে এতিয়া অহা বছৰৰ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে উন্মুখ। কিন্তু তাৰ পূৰ্বে ক্ৰিকেট প্ৰেমীসকলৰ বাবে...

Read moreDetails

কিংবদন্তিৰ মহাপ্ৰস্থান! ফুটবলৰ ‘পিকাচো’ জন ৰবাৰ্টছনৰ মৃত্যুত শোকস্তব্ধ ক্ৰীড়া জগত

ইংলেণ্ডৰ আটাইতকৈ পুৰণি ক্লাবসমূহৰ ভিতৰত অন্যতম নটিংহাম ফৰেষ্ট। ১৬০ বছৰীয়া এই ক্লাবটোৰ শ্ৰেষ্ঠ সময় আছিল ১৯৭৯ আৰু ১৯৮০ চন। সেই...

Read moreDetails

৮.৫ কোটি টকাত অখ্যাত কাশ্মীৰী বেগী বলাৰক ক্ৰয় দিল্লীৰ! বিপুল পৰিমাণৰ ধনৰ বিনিময়ত প্ৰশান্ত বীৰক ক্ৰয় CSK-ৰ

মিনি নিলামৰ পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছিল জম্মু-কাশ্মীৰৰ বেগী বলাৰ আকিব নবী দাৰে। চলিত ঘৰুৱা ছিজনত তেওঁৰ ফৰ্ম আছিল অতি...

Read moreDetails

দিল্লীত ১০ ঘণ্টাত ২৭টা চিগাৰেট খাব লাগিব মেছিয়ে! অনুৰাগীসকলে চিন্তিত হৈ প্ৰশ্ন ‘আপোনাৰ হাওঁফাওঁৰ বীমা আছেনে?’

ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত...

Read moreDetails

জন চিনাৰ WWE অধ্যায়ৰ সমাপ্তি: এটা যুগৰ অৱসান

জন চিনাই তেওঁৰ WWE অধ্যায়ৰ অন্ত পেলালে। প্ৰায় দুটা দশক ধৰি তেওঁ WWEৰ অন্যতম চিনাকি মুখ আছিল। চিনাই WWE ৰ...

Read moreDetails

মেছিৰ অনুষ্ঠানত চূড়ান্ত বিশৃংখলতা, আয়োজক শতদ্ৰু দত্তক গ্ৰেপ্তাৰ

ছল্ট লেকস্থিত যুৱ ভাৰতী ক্ৰীড়াংগণত লিয়নেল মেছিৰ 'GOAT ভ্ৰমণ' কাৰ্যসূচীত হোৱা তীব্ৰ বিশৃংখলতাৰ পিছতে পশ্চিমবংগ আৰক্ষীয়ে অনুষ্ঠান ব্যৱস্থাপক (Event Manager)...

Read moreDetails
Page 40 of 470 1 … 39 40 41 … 470

Stay Connected

Recent News